CSC Bokakhat

CSC Bokakhat Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from CSC Bokakhat, Diffloo Road, Bokakhat.

04/11/2025
07/12/2023

পি.এম. বিশ্বকৰ্মা আঁচনিৰ বাবে আমাৰ লগত যোগাযোগ কৰক -
HRD COMPUTER CSC
Cont.- 91016 37182

05/10/2023

দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ অনুমতিৰ বাবে অনলাইন আবেদন চলি আছে, যোগাযোগ কৰক 👇
CSC BOKAKHAT
Cont. 88766-78574

🚩🚩সকলো ধৰণৰ অনলাইন আবেদনৰ বাবে যোগাযোগ কৰক 8876678574 নম্বৰত।👉 নিদিষ্ট সময়ৰ ভিতৰত অনলাইন সমূহ কৰা হয়।👉 অনলাইন আবেদনৰ 9...
23/09/2023

🚩🚩সকলো ধৰণৰ অনলাইন আবেদনৰ বাবে যোগাযোগ কৰক 8876678574 নম্বৰত।
👉 নিদিষ্ট সময়ৰ ভিতৰত অনলাইন সমূহ কৰা হয়।
👉 অনলাইন আবেদনৰ 9 বছৰ অভিজ্ঞতা।
👉 নিম্নতম সেৱা মাছুল।
👉 বিনামূলীয়া অনলাইন পৰামৰ্শ।
👉 আবেদনৰ স্থিতি সমূহ বিনামূলীয়াকৈ পৰীক্ষা কৰা হয়।

🚩🚩আপোনাৰ পৌৰ কৰ পৰিশোধ কৰিবলৈ আমাৰ লগত যোগাযোগ কৰক -  HRD COMPUTER BOKAKHAT🚩🚩সকলো ধৰণৰ অনলাইন আবেদনৰ বাবে যোগাযোগ কৰক 88...
08/09/2023

🚩🚩আপোনাৰ পৌৰ কৰ পৰিশোধ কৰিবলৈ আমাৰ লগত যোগাযোগ কৰক - HRD COMPUTER BOKAKHAT
🚩🚩সকলো ধৰণৰ অনলাইন আবেদনৰ বাবে যোগাযোগ কৰক 8876678574 নম্বৰত।
👉 নিদিষ্ট সময়ৰ ভিতৰত অনলাইন সমূহ কৰা হয়।
👉 অনলাইন আবেদনৰ 9 বছৰ অভিজ্ঞতা।
👉 নিম্নতম সেৱা মাছুল।
👉 বিনামূলীয়া অনলাইন পৰামৰ্শ।
👉 আবেদনৰ স্থিতি সমূহ বিনামূলীয়াকৈ পৰীক্ষা কৰা হয়।

13/08/2023

বোকাখাত ৰ মহকুমা কৃষি বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত বোকাখাত মহকুমাত কেইবাটাও CSC কেন্দ্ৰ থকাৰ চৰ্তেও PM KISAAN ৰ সেৱা প্ৰদান কৰাৰ বাবে নিদিষ্ট CSC কেন্দ্ৰক মহকুমা কৃষি বিষয়া কাৰ্য্যালয় ৰ পৰা বিশেষ দায়িত্ব দিয়াৰ কথা কৃষক সকলৰ পৰা জানিব পাৰিছো। যাৰ ফলত কিছু সংখ্যক কৃষকক আমি সেৱা প্ৰদান কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে, একেটা কামকে কৃষকসকলে দুবাৰ পৰ্যন্ত কৰিবলগা হৈছে । গতিকে কৃষক সকলক জ্ঞাতাৰ্থে জনাও যে CSC জিলা কাৰ্য্যালয় ৰ পৰা তেনেধৰনৰ কোনো নিদিষ্ট কৰি দিয়া নাই। সকলো CSC কেন্দ্ৰত একে সুবিধা লাভ কৰিব। আপোনাৰ সুবিধা অনুযায়ী সেৱা সমূহ লব পাৰিব।

04/08/2023
02/08/2023

যিসকলৰ পি.এম.কৃষান ৰ লগত আধাৰ লিংক বৰ্তমানলৈকে হোৱা নাই। লিংক কৰিবলৈ যোগাযোগ কৰক।
HRD COMPUTER BOKAKHAT
Cont. 8876678574

পি.এম কৃষান সন্মান নিধিৰ অনলাইন আবেদন চলি আছে। যোগাযোগ কৰক - CSC BOKAKHAT (8876678574)
25/07/2023

পি.এম কৃষান সন্মান নিধিৰ অনলাইন আবেদন চলি আছে।
যোগাযোগ কৰক - CSC BOKAKHAT (8876678574)

যোৱা ইংৰাজী 1 জুন তাৰিখে মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা দেৱে শুভাৰম্ভণি কৰা প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ ...
03/07/2023

যোৱা ইংৰাজী 1 জুন তাৰিখে মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা দেৱে শুভাৰম্ভণি কৰা প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অনলাইন যোগে লাভ লবৰ বাবে যোগাযোগ কৰক CSC BOKAKHAT/KOILAKHAT/SAPJURI
যোগাযোগ নম্বৰ - 8876678574

🚩🚩🚩 PMKISSAN ৰ 14 নম্বৰ কৃষ্টি লাভ কৰিবলৈ তলত উল্লেখিত কামসমূহ সম্পন্ন কৰিব লাগিব। অধিক সুবিধাৰ বাবে আমাৰ সৈতে যোগাযোগ ক...
19/06/2023

🚩🚩🚩 PMKISSAN ৰ 14 নম্বৰ কৃষ্টি লাভ কৰিবলৈ তলত উল্লেখিত কামসমূহ সম্পন্ন কৰিব লাগিব। অধিক সুবিধাৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক।
CSC BOKAKHAT ( ডিফলু পথ, বোকাখাত টাউন, চন্দ্ৰমা হলৰ বিপৰীতে।
যোগাযোগ নম্বৰ -☎️ 8876678574

Address

Diffloo Road
Bokakhat
785612

Opening Hours

Monday 9:30am - 6:30pm
Tuesday 9:30am - 6:30pm
Wednesday 9:30am - 6:30pm
Thursday 9:30am - 6:30pm
Friday 9:30am - 6:30pm
Saturday 9:30am - 6:30pm

Website

Alerts

Be the first to know and let us send you an email when CSC Bokakhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share