Brindaban Theatre

Brindaban Theatre Brindaban Theatre official page
বৃন্দাবন থিয়েটাৰ

06/09/2026

যোৱা নিশা নলবাৰীৰ পূৱ কালাকুছিত প্ৰণৱ বৰুৱাৰ ৰণ হুংকাৰ নাটখনলৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।আজি আমি নিবেদন কৰিম এই বৰ্ষৰ আন এখন মননশীল নাট পৱন ডি মহন্তৰ পৰিচালনাৰে ৰাজদ্বীপৰ বিদায় বন্ধু।
Violina Baruah Priyanka Saikia Gunjan Bhardwaj Hirak Hazarika New Jayanta Kakati Official Pranab Baruah Dhruv Kashyap Ganesh Roy Medhi Dhanjit Das Ddc Rajdweep

04/09/2026

যোৱা নিশা বৰিমখাত প্ৰণৱ বৰুৱাৰ ৰণ হুংকাৰ নাটখনলৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।
Violina Baruah Priyanka Saikia Gunjan Bhardwaj Hirak Hazarika New Jayanta Kakati Official Pranab Baruah Dhruv Kashyap Ganesh Roy Medhi Dhanjit Das Ddc

03/09/2026

যোৱা নিশা বৰিমখাত ৰাজদ্বীপৰ বিদায় বন্ধু নাটখনলৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।আজি দুটাকৈ দৰ্শনীৰে মঞ্চায়ন কৰা হ'ব ৰাজেশ ভূঞাৰ পৰিচালনাৰে প্ৰণৱ বৰুৱাৰ ৰণ হুংকাৰ।
Violina Baruah Priyanka Saikia Gunjan Bhardwaj Hirak Hazarika New Jayanta Kakati Official Pranab Baruah Dhruv Kashyap Ganesh Roy Medhi Rajdweep Dhanjit Das Ddc

সকলো ৰাইজৰে আশীৰ্বাদ আমাৰ চিৰ কাম্য,আজিৰে পৰা নাট্যযাত্ৰাৰ শুভাৰম্ভ।আজি আমি নিবেদন কৰিম জয়ন্ত কাকতিৰ সংগীতেৰে প্ৰণৱ বৰুৱ...
19/08/2026

সকলো ৰাইজৰে আশীৰ্বাদ আমাৰ চিৰ কাম্য,আজিৰে পৰা নাট্যযাত্ৰাৰ শুভাৰম্ভ।
আজি আমি নিবেদন কৰিম জয়ন্ত কাকতিৰ সংগীতেৰে প্ৰণৱ বৰুৱা ৰচনা আৰু ৰাজেশ ভূঞাৰ পৰিচালনাৰে ৰণ হুংকাৰ।
Priyanka Saikia Gunjan Bhardwaj Violina Baruah Hirak Hazarika New Jayanta Kakati Official Pranab Baruah Dhruv Kashyap Ganesh Roy Medhi Dhanjit Das Ddc

18/08/2026

মাজত মাথো কিছু সময়,অহা ১৯ আগষ্টৰ পৰা দৰ্শকৰ মাজলৈ যাম আমি।
Priyanka Saikia Gunjan Bhardwaj Violina Baruah Hirak Hazarika New Jayanta Kakati Official Pranab Baruah Dhruv Kashyap Ganesh Roy Medhi

মুক্তি পালে...
15/08/2026

মুক্তি পালে...

Ejak Molaya Singer - Neel Akash Prastuti Konwar Composition- Jay...

14/08/2026

অহা ১৯ #আগষ্টৰ পৰা দৰ্শকৰ মাজলৈ যাম,আশীৰ্বাদ কৰিব।
Gunjan Bhardwaj Violina Baruah Priyanka Saikia Hirak Hazarika New Jayanta Kakati Official Dhruv Kashyap

13/08/2026

স্বাধীনতা দিৱসৰ দিনাই মুক্তি লাভ কৰিব জয়ন্ত কাকতিৰ সংগীতেৰে তথা ৰাজেশ ভূঞাৰ পৰিচালনাৰে প্ৰণৱ বৰুৱাৰ ৰণ হুংকাৰ নাটখনৰ এজাক মলয়া শীৰ্ষক গীতটি।
Violina Baruah Priyanka Saikia Gunjan Bhardwaj Hirak Hazarika New Jayanta Kakati Official Pranab Baruah Dhruv Kashyap Dhanjit Das Ddc Ganesh Roy Medhi

13/08/2026

অহা ১৯ আগষ্টত নাৰেংগী ক্ৰীড়া খেলপথাৰত শুভ নাট্যযাত্ৰা।
Violina Baruah Priyanka Saikia Gunjan Bhardwaj Hirak Hazarika New Jayanta Kakati Official Pranab Baruah Dhruv Kashyap Ganesh Roy Medhi

নটৰাজৰ আশীষ শিৰত লৈ ষষ্ঠদশ নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ শুভাৰম্ভণি কৰিম।সকলোৰে সঁহাৰি তথা আশীৰ্বাদ চিৰ কাম্য। Violina Baruah ...
13/08/2026

নটৰাজৰ আশীষ শিৰত লৈ ষষ্ঠদশ নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ শুভাৰম্ভণি কৰিম।সকলোৰে সঁহাৰি তথা আশীৰ্বাদ চিৰ কাম্য।
Violina Baruah Priyanka Saikia Gunjan Bhardwaj Hirak Hazarika New Jayanta Kakati Official Pranab Baruah Dhruv Kashyap Rajdweep Dhanjit Das Ddc Ganesh Roy Medhi

Address

Tatimara, Chandrapur , Guwahati
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Brindaban Theatre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category