Abhimanyu-the revolution অভিমন্যু

Abhimanyu-the revolution অভিমন্যু অসমীয়া চিনেমাৰ উদ্যোগটোৰ উন্নয়নৰ হকে

Amitav Borah ৰ নতুন ছবি পিশাচ চাই কেনে পালে।
03/08/2024

Amitav Borah ৰ নতুন ছবি পিশাচ
চাই কেনে পালে।

18/09/2023

চয়তান ৰ হাঁহি,....

এখন নতুন নাটক
সৌৱা চা, ৰজাৰ তালে তালে ভিকহুৱে নাচিছে
মাতাল আজি সভাসদ
মাতাল ভিকহু কাই।
নিশা ১২ বাজিছে
এখন ভৰিৰ লাথ ত ভিকহু কাই ৰ সপোন ভাগিছে, লগতে সপোন ভাগিছে হেজাৰ বিজাৰ হিতাধিকাৰী জনতাৰ।
আজি চয়তানে কান্দিছে, পুৱাৰ বেলিটো হেনো চিৰদিনৰ বাবে ৰঙা হল!!
ভিকহু কাই য়ে আকৌ কান্দিছে..
তাৰ পুতেক ও হেনো ভিকহু হল!!
চয়তানে আকৌ হাঁহিছে!!
এইবেলি দেশ হেনো ৰসাতলে গল,
ভুপেন দাৰ গান জয়গান হল ,
চয়তান আকৌ ৰজা হল!!😄😄

Address

Mangaldai
784125

Telephone

+917002363449

Website

Alerts

Be the first to know and let us send you an email when Abhimanyu-the revolution অভিমন্যু posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category