Theatre Bhagyadevi

Theatre Bhagyadevi A leading mobile theatre of Assam.,,Estd 1968

15/04/2026

থিয়েটাৰ ভাগ্যদেৱী ৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ অসমীয়া নববৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।

অভিজিৎ ভট্টাচাৰ্যৰ  মিলন মালা,, মালবিকা মোৰ বান্ধৱী,,মৰমৰ বৰষা মৰম লবা আদিকে কৰি কেইবাখনো জনপ্ৰিয় নাটক ৰ পিছত অহা 2026-...
24/11/2025

অভিজিৎ ভট্টাচাৰ্যৰ মিলন মালা,, মালবিকা মোৰ বান্ধৱী,,মৰমৰ বৰষা মৰম লবা আদিকে কৰি কেইবাখনো জনপ্ৰিয় নাটক ৰ পিছত অহা 2026-27 নাট্যবৰ্ষত ভাগ্যদেৱী ৰ মঞ্চত দেখিবলৈ পাব অভিজিৎ ভট্টাচাৰ্যৰ মেঘে মেঘে বৰষা। য'ত অভিনয় কৰিব দিপাংকৰ ৰয়,, শ্ৰীমন্ত মাধৱ,,নিৰ্মল দত্ত,, চিন্ময় ফুকনে,, যুগৰ কিশোৰ,নিতুল পাঠক ৰ লগতে ফেৰীপ্ৰিয়া আৰু শিল্পী শিখা । আপোনালোকৰ আশীৰ্বাদ চিৰ কাম্য

বহু কথা কবলৈ বাকী... মাথো সময় কম। বহু যুঁজ যুঁজিবলৈ বাকী... মাথো সময় কম। বহু ন্যায় দিবলৈ বাকী ... মাথো সময় কম।। নিজৰ...
19/11/2025

বহু কথা কবলৈ বাকী... মাথো সময় কম। বহু যুঁজ যুঁজিবলৈ বাকী... মাথো সময় কম। বহু ন্যায় দিবলৈ বাকী ... মাথো সময় কম।। নিজৰ আপোন ঘৰ খনক ঘৰ কৰি ৰাখিবলৈ বাকী... মাথো সময় কম! সময় হাতত নাই বাবেই জানো নোকোৱাকৈ থাকিম মোৰ কথা? নিদিয়াকৈ থাকিম ন্যায়? ঘৰ খনক উৱলি যাবলৈ জানো দিম?
এনে বহু প্ৰশ্নৰ উত্তৰ পাব অহা নাট্যবৰ্ষত থিয়েটাৰ ভাগ্যদেৱী ৰ মঞ্চত প্ৰণৱ বৰুৱা ৰচিত
ৰাজদ্ৰোহী

2026-27 নাট্যবৰ্ষৰ বাবে অভিজিৎ ভট্টাচাৰ্যৰ এক মননশীল নাট ,,,মৃতদেহত এপাহি গোলাপ,,আশীৰ্বাদ কৰিব
18/11/2025

2026-27 নাট্যবৰ্ষৰ বাবে অভিজিৎ ভট্টাচাৰ্যৰ এক মননশীল নাট ,,,
মৃতদেহত এপাহি গোলাপ,,
আশীৰ্বাদ কৰিব

07/11/2025

নাট্যপ্ৰেমী ৰাইজৰ আশীষ বিচাৰি 2026-27 নাট্যবৰ্ষৰ বিশেষ আয়োজন,,,

16/08/2025

থিয়েটাৰ সূৰ্য্য আৰু অগ্নি থিয়েটাৰৰ প্ৰযোজক,, শিল্পী কৰা কুশলী লৈ অন্তৰ ভৰা শুভেচ্ছা জনালোঁ।

07/09/2024
Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Mrigan Haloi, Atikur Rahman, Pramud Das,...
16/08/2024

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Mrigan Haloi, Atikur Rahman, Pramud Das, Ankur Joty Nath, Bubul Kalita

I’d love to know what keeps you here! Please share your thoughts.

Address

Morowa
Nalbari
781348

Telephone

+919435028408

Website

Alerts

Be the first to know and let us send you an email when Theatre Bhagyadevi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Theatre Bhagyadevi:

Share

Category