ABVP Udalguri District

ABVP Udalguri District Welcome to the Official page of Akhil Bharatiya Vidyarti Parishad, Udalguri.

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে এবিভিপি, ওৰাং শাখাৰ উদ্যো...
14/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে এবিভিপি, ওৰাং শাখাৰ উদ্যোগত আজি কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত 'শ্ৰেষ্ঠ বিদ্যাৰ্থী অভিনন্দন অনুষ্ঠান' সফলতাৰে অনুষ্ঠিত হয়।

অনুষ্ঠানত অঞ্চলটোৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শৈক্ষিক উৎকৰ্ষতাৰ বাবে সম্বৰ্ধনা জনোৱাৰ লগতে অধ্যৱসায়, মূল্যবোধ, নেতৃত্বৰ গুণ আৰু ৰাষ্ট্ৰসেৱাৰ মানসিকতাৰে আগবাঢ়ি যাবলৈ আহ্বান জনোৱা হয়।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডঃ উৎপল হাজং (অধ্যক্ষ, কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়, ওৰাং), মানস জ্যোতি নাথ (ৰাজ্যিক যুটীয়া সম্পাদক, এবিভিপি, অসম প্ৰদেশ), শংকৰ ছেত্ৰী (বিভাগ সাংগঠনিক সম্পাদক, তেজপুৰ বিভাগ), জয়ন্ত কুমাৰ নাথ (বিভাগ প্ৰমুখ, তেজপুৰ বিভাগ), চিতু বৈশ্য (পূৰ্ব সাংগঠনিক সম্পাদক, দৰং–ওদালগুৰি জিলা), মুনি হান্সে (জিলা সাংগঠনিক সম্পাদক, ওদালগুৰি জিলা), প্ৰণয় শইকীয়া (জিলা সংযোজক, ওদালগুৰি জিলা), ডঃ হোমেন বৰুৱা (সভাপতি, এবিভিপি ওৰাং শাখা) আৰু গৌৰচান্দ ৰয় (সম্পাদক, এবিভিপি ওৰাং শাখা)।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে "ছাত্ৰ শক্তি – ৰাষ্ট্ৰ শক্তি" ৰ আদৰ্শক সন্মুখত ৰাখি ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশ, মূল্যবোধভিত্তিক শিক্ষা, নেতৃত্ব বিকাশ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ লক্ষ্যৰে নিৰন্তৰ কাম কৰি আহিছে। এই অনুষ্ঠানৰ জৰিয়তে সেই লক্ষ্যক পুনৰ দৃঢ়ভাৱে প্ৰতিফলিত কৰা হয়।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, কলাইগাঁও শাখাৰ উদ্যোগত পৰিষদৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপল...
13/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, কলাইগাঁও শাখাৰ উদ্যোগত পৰিষদৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে আজি "শ্ৰেষ্ঠ বিদ্যাৰ্থী অভিনন্দন অনুষ্ঠান" সফলভাৱে অনুষ্ঠিত হয়।

এই অনুষ্ঠানত কলাইগাঁও শাখাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ মেধা, অধ্যৱসায় আৰু শৈক্ষিক উৎকৰ্ষৰ স্বীকৃতিস্বৰূপে মানপত্ৰ আৰু গছপুলি প্ৰদান কৰি আন্তৰিকভাৱে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণামূলক বক্তব্যৰে উৎসাহিত কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। অতিথিসকলৰ ভিতৰত বিশেষভাৱে উপস্থিত থাকে, জুমন বৰুৱা (জিলা প্ৰমুখ, এবিভিপি, ওদালগুৰি জিলা), দিগন্ত বৰুৱা (পাৰিষদ, মুদৈবাৰী সমষ্টি), প্ৰিয়ংকা বণিয়া (চক্ৰবিষয়া, কলাইগাঁও ৰাজহ চক্ৰ), কৃষ্ণকান্ত বড়ো (পৌৰপতি, কলাইগাঁও পৌৰসভা), দীপাংকৰ ওজা (বিশিষ্ট সমাজসেৱক), শিশুৰাম ভূঞা (সভাপতি, এবিভিপি কলাইগাঁও শাখা), মনোৰঞ্জন আচাৰ্য (সম্পাদক, এবিভিপি কলাইগাঁও শাখা) আৰু শাখাৰ পূৰ্ব কাৰ্যকৰ্তাসকল।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ওদালগুৰি নগৰ শাখাৰ উদ্যোগত সংগঠনৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস...
09/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ওদালগুৰি নগৰ শাখাৰ উদ্যোগত সংগঠনৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘অভিনন্দন অনুষ্ঠান ২০২৬’ সফলতাৰে সম্পন্ন হৈ যায়। মা সৰস্বতী আৰু স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অঞ্চলটোৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্যা ধৃতাশ্ৰী ডেকাই বিদ্যাৰ্থী পৰিষদৰ সৈদ্ধান্তিক ভূমিকা আৰু ছাত্ৰ শক্তিৰ ৰাষ্ট্ৰ নিৰ্মাণত থকা দায়িত্বৰ ওপৰত এক অনুপ্ৰেৰণাদায়ক বক্তব্য আগবঢ়ায়।

ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত গঢ়াৰ লক্ষ্যৰে কাৰ্যসূচীৰ অংশ হিচাপে এখন কেৰিয়াৰ মাৰ্গদৰ্শন সম্পৰ্কীয় আলোচনাচক্ৰও অনুষ্ঠিত হয়। য’ত মুখ্য বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট কেৰিয়াৰ মাৰ্গদৰ্শক তথা বিশেষজ্ঞ ৰঞ্জন কুমাৰ বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক সঠিক দিশ নিৰ্ণয় আৰু ভৱিষ্যতৰ বিভিন্ন সুযোগৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ সমান্তৰালকৈ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

উল্লেখযোগ্য যে, সমাজ তথা বিভিন্ন ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়াই অহা ওদালগুৰিৰ তিনিগৰাকী বিশিষ্ট যুৱ প্ৰতিভাক এই অনুষ্ঠানতে আনুষ্ঠানিকভাৱে ‘যুৱ প্ৰেৰণা বঁটা ২০২৬’ ৰে সন্মানিত কৰা হয়। বঁটা প্ৰাপক সকল হ’ল ক্ৰমে,
সাংস্কৃতিক ক্ষেত্ৰত: বনশ্ৰী মেধি
সাংবাদিকতাৰ ক্ষেত্ৰত: ধনদ্বীপ বৰা
উদ্যমীতাৰ ক্ষেত্ৰত: জনক ৰামচিয়াৰী




Heartiest congratulations to the newly appointed nationalist warriors of ABVP Udalguri District.​🔹 Juman Baruah – Distri...
30/06/2026

Heartiest congratulations to the newly appointed nationalist warriors of ABVP Udalguri District.

​🔹 Juman Baruah – District Incharge
🔹 Pranay Saikia – District Convenor
🔹 Likhna Hajong – District Girls Incharge
🔹 Jayanta K Nath – Vibhag Incharge, Tezpur Vibhag (Biswanath, Sonitpur, Darrang & Udalguri District)

​Lead with courage. Serve with devotion. Ready to amplify the nationalist student voice and work relentlessly for Maa Bharati!

​Bharat Mata Ki Jai! 🚩

ABVP Udalguri Unit bid a warm farewell to Sjt. Manujal Gogoi, OC Udalguri Sadar Thana, upon his transfer. To honor his d...
17/06/2026

ABVP Udalguri Unit bid a warm farewell to Sjt. Manujal Gogoi, OC Udalguri Sadar Thana, upon his transfer. To honor his dedicated service, inspiring leadership, and lasting impact on our community, our Karyakartas presented him with a special "legacy frame" and a book.

Thank you for everything you have done for Udalguri. Wishing you continued success in your next chapter!

Dedicated to the cause, committed to the vision! 🚩ABVP Udalguri Unit successfully conducted a Yojana Baithak to delibera...
13/06/2026

Dedicated to the cause, committed to the vision! 🚩

ABVP Udalguri Unit successfully conducted a Yojana Baithak to deliberate, strategize, and chart a purposeful roadmap for the days ahead. With collective ideas and clear direction, preparing for impactful initiatives and meaningful engagement in the coming days.

Exciting work lies ahead — stay connected!

Honoring Our State Topper!ABVP Udalguri District proudly felicitated Kanika Basumatary from Dimapur, Dhansrighat for her...
29/04/2026

Honoring Our State Topper!

ABVP Udalguri District proudly felicitated Kanika Basumatary from Dimapur, Dhansrighat for her outstanding achievement in the HS Examinations.

She secured the State Top position in the Bodo subject from NRDS Senior Secondary School, Orang with an impressive 96 marks, along with an excellent overall score of 85.8%.

Her hard work, dedication, and perseverance stand as an inspiration for the youth. We extend our heartfelt congratulations and wish her continued success in all her future endeavors.

ABVP Khoirabari Unit and Udalguri Unit, with the objective of ensuring 100% voter participation in the upcoming Assam Le...
21/03/2026

ABVP Khoirabari Unit and Udalguri Unit, with the objective of ensuring 100% voter participation in the upcoming Assam Legislative Assembly elections, organized a pamphlet distribution drive today. Through this initiative, the youth were encouraged to actively participate in the voting process by exercising their democratic rights.


With the objective of ensuring 100% voter participation in the upcoming Assam Legislative Assembly elections, the ABVP O...
20/03/2026

With the objective of ensuring 100% voter participation in the upcoming Assam Legislative Assembly elections, the ABVP Orang Nagar Unit, carried out an awareness campaign.

As part of this initiative, pamphlets were distributed at Kalaguru Bishnu Rabha Degree College and across Orang town to raise awareness, and the youth were encouraged to actively participate in the electoral process by exercising their democratic rights.

#100%




One of the most important milestones in a student’s lifeTo all students appearing in the High School Leaving Certificate...
09/02/2026

One of the most important milestones in a student’s life
To all students appearing in the High School Leaving Certificate (HSLC) and
Higher Secondary (HS) Final Examinations,

Akhil Bharatiya Vidyarthi Parishad (ABVP), Udalguri District
extends its heartfelt best wishes and warm regards.

May success follow your work.
Move forward with confidence and determination.

— ABVP Udalguri District


Address

Udalguri
784509

Alerts

Be the first to know and let us send you an email when ABVP Udalguri District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to ABVP Udalguri District:

Share